মানুহে পৰস্পৰৰ সৈতে স্বাভাৱিকভাবে বিভিন্ন ধৰনে য়োগায়োগ স্থাপন কৰে, ইয়াৰ ভিতৰত দৃশ্য়-শ্ৰাব্য় পদ্ধতি হল প্ৰাথমিক মাধ্য়ম বৰ্তমানৰ মানৱ মেচিন য়োগায়োগ প্ৰধান কাৰনেৰ মানুহৰ সুবিধাতকৈ মিচনৰ সুবিধাৰ প্ৰতিহৈ লক্ষ্য় ৰাথি প্ৰস্তুত কৰা হৈছেছ মাউছ আৰু কী-বোৰ্ড হল প্ৰাথমিক ইনপুট ডিভাইছ তথা ভিজুৱেল ডিচপ্লে ইউনিট হল প্ৰাথমিক আউটপুট ডিভাইছ, এই ইন্টাৰফেছবোৰ ব্যৱহাৰ কৰিবৈল বিশেষ আৰু মানসিক দৃষ্টিভংগীৰ প্ৰযোজন হয, য়িটো অধিকাংশ লোকৰে নাথাকেছ এই মেচিন-কেন্দ্ৰিক য়োগায়োগ মাধ্য়ামটো মানৱ কেন্দ্ৰিক মাধ্য়মলৈ সলনি কৰাৰ আৱশ্য়কতা আহি পৰিছে, য়াতে মানুহে কম্পিউটাৰৰ ক্ষমতাৰ সুবিধাবোৰ ভগাব পাৰে | য়দিও দৰ্শন মাধ্য়মৰ মাজেদি লাভ কৰা তথ্য় অধিক প্ৰভাবশালী হয, তথাপিও তথ্য়জনোৱাৰ সৰ্বজনপ্ৰিয আৰু উজু মাধ্য়মটা হল ভাষা| ভাষাৰ মাধ্য়মেৰে কৰা য়োগায়োগৰ সুবিধাৰবোৰ বৰ্তমানে আগতকৈ বৃদ্ধি পাইছে, ইয়াৰ কাৰন হোল কম্পিউটাৰ আৰু টিলেসংয়োগ পদ্ধতিৰ আন্তঃমিলন, ফলত এতিযা দূৰণিবটীযা অঞ্চলৰ মানুহেও কম্পিউটাৰৰ জৰিযতে তথ্য় লাভ কৰিব পাৰে|
শাব্দিক য়োগায়োগ এটা ৰূপ হলো স্বাভাৱিক ভাষা, ইযেই তথ্য় প্ৰয়ুক্তিৰ ক্ষেত্ৰখনত ভাষাত্ত্ব ভুমিকা অপৰিহাৰ্য় কৰি তুলিছে| একেদৰে, কম্পিউটাৰক মালৱ কেন্দ্ৰিক ৰুপ এটা দিয়াটোও প্ৰয়োজনীয় হৈ পৰিছে| মানৱ সমাজ এক অনন্য় সুয়োগেৰে সমৃদ্ধ- সেযা হোল ভাষা, ইযাৰ জৰিযতে মানুহে সহজে তথ্য়, ভাৰ আৰু পৰিকল্পনাৰোৰ প্ৰকাশ কৰিব পাৰে| স্বাঙাৱিক ভাষা ব্য়ৱহাৰ কৰি মানৱ-মেচিনৰ মাজৱ আন্তঃক্ৰিযা সুচল কৰি তুলিবলৈ মানব ভাষা প্ৰয়ুক্তিৰ বহুকেইটা দিশ, য়েনে-ভাষা সংকোচন, ভাষা তথা লিপি চিনাক্তকৰণ আৰু তাত্পৰ্য় বুজা, মেচিন অনুবাদ, লিপি প্ৰস্তুতকৰণ, ভাষা সংশ্লেষণ আৰু কাৰ্ছিভ লিপি ইত্য়াদিৰ বিকাশ ঘটাব লাগে| মেচিনৰ সৈতে আন্তঃক্ৰিযা সম্পন্ন কৰিবলৈ ভাষাৰ, কথিত আৰু লিখিত দুযোটা ৰূপ উপয়োগী|
বিভিন্ন মঞ্চ আৰু কাৰ্য় ৰূপাযনকাৰী প্ৰণালীত ডাটা প্ৰছেছিং, শব্দ প্ৰছেছিং, ডেস্কটপ প্ৰকাশন ইত্য়াদিৰ জৰিয়তে বিগত দুটা দশকত কম্পিউটাৰত ভাৰতীয় ভাষাৰ ওপৰত কাম চলি আছে|
ভাষাৰ বাধা নথকাকৈ মানুহ আৰু মিচিনৰ আন্তঃক্ৰিযা সুচল কৰি তুলিবলৈ, ভিন্ন ভাষাৰ তথ্য় উত্স সৃষ্টি আৰু সংগ্ৰহ কৰিবলৈ তথা উদ্ভাৱনমুলক কাৰ্য়কাৰী সামগ্ৰী আৰু সেৱাৰ বিকাশ ঘটাবলৈ উল্লিখিত বিষযবোৰ সংহত কৰি বলৈ তথ্য় প্ৰয়ুক্তি বিভাগে তথ্য় সংসাধন আৰু কৌশল বিকশাই তোলাৰ উদ্দেশ্য়েৰে টিডিআই এল (ভাৰতীয ভাষাৰ বাবে প্ৰয়ুক্তি বিকাশ কাৰ্য়সুচিৰ পাতনি মেলিছে| কৰ্পৰা আৰু অভিধানৰ পৰীক্ষককৰ দৰে মৌলিক তথ্য় সংসাধন উপকৰণ, অছিলাৰ আৰু লিপিৰ পৰা ভাষাৰ দৰে বিভিন্ন বিষয বিকাশাই তোলা প্ৰকল্পসমূহলৈ আৰ্থিক সাহায়্য় আগবঢ়োৱা হৈছে| এইবোৰৰ গুনগত উতকৰ্ষৰো বিকাশ ঘটোৱা হৈছে| ভাৰতীয় ভাষা প্ৰয়ুক্তি সামগ্ৰী সেৰাসমূহৰ বিকাশ ঘটাবলৈ দেশ ব্য়ক্তিগত, ৰাজহুৰা তথা চৰকাৰী পৰ্য়াযিত বিভিন্ন প্ৰযাস চলাই থকা হৈছে| ৰিচৰ্ছ কেন্দ্ৰ আৰু কইলনেট কেন্দ্ৰবোৰত বিকশাই তোলা ভাষা প্ৰয়ুক্তিবোৰ অতি মোনকালে প্ৰযোগ কৰিচাৰ লাগে য়াতে এই সম্পৰ্কত মতামত সংগ্ৰহ কৰিব তথা ৰাজহুৰা ব্য়ৱহাৰ বাবে উপলব্ধ কৰিব পৰা য়ায| গৱেষণা আৰু বিকাশ প্ৰচেষ্টাবোৰে বৃহত্তৰ সমাজত প্ৰভাৱ পেলাবলৈ সক্ষম হব লাগিব| অৰ্থাত্ এই বিকাশ প্ৰচেষ্টাবোৰ কেৱল গৱেষণাগাৰতে সীমাৱদ্ধ নাথাকি ৰাজহুৰা প্ৰয়োগৰ বাবে সুলভ্য় হব লাগিব য়াতে ব্ৱহাৰকাৰীৰ মতামত আৰু অভজ্ঞতাৰ ভিত্তিত হযাৰ ভৱিষ্য়ত সংশোধনী ঘটাব পৰা য়ায| চৰকাৰে অহা এবছৰৰ ভিতৰত তলত উল্লেখ কৰা সামগ্ৰী আৰু সমাধান উপাযবোৰ ৰাজহুৱাভাৱে উপলব্ধ কৰিবঃ
- সকলো ভাৰতীয ভাষাৰ বাবে বিনামূলীযা ফন্ট ( টিটিএফ আৰু অটিএফ) তথা শব্দ সংসাধক প্ৰকাশন উদ্য়োগৰ সৈতে কৰা আলাপ-আলোচনাৰ অন্তত পোন প্ৰথমে তামিল আৰু হিন্দী ভাষাৰ জনপ্ৰীয ট্ৰূ টাইপ ফন্টছ্ (টিটিএফ) বিনামূলীযা ৰাজহুৱা প্ৰয়োগৰ বাবে সদৰি কৰা হৈছে| ইণ্ডজ ৯৫/ উইণ্ডজ ৯৮/ উইণ্ডজ এন টি প্লেটফৰ্ম সংলগ্ন কম্পিউটাৰবোৰত টিটিএফ বহুলভাৱে ব্য়ৱহাৰ কৰা হয| উইণ্ডজ ২০০০/এক্স পি /২০০৩ আৰু লিনাক্স প্লেটফৰ্ম সংলগ্ন কম্পিউটাৰৰ বাবে অটিএফ ( অপেন টাইপ ফন্ট) প্ৰকাশ কৰা হৈছে| এযাএক অভূতপূৰ্ব প্ৰচেষ্টা আৰু অধিকাংশ শব্দ সংসাধকে (বৰ্তমানেও সক্ৰিয আৰু নতুন) এই ফন্টবোৰ কামত খটুৱাবলৈ সক্ষম হব| ইযাৰ ফলত তামিল নেট/তামিল ৯৯ আৰু টাইপৰাইটাৰ কী বোৰ্ড ব্য়ৱহাৰ কৰোতা সকলে ডাটা এন্ট্ৰী কৰিবলৈ অধিক ফন্ট লাভ কৰিব|
- তথ্য় আহৰণ, পুনৰুদ্ধাৰ আৰু ডিজিটাইজেশ্য়নৰ বাবে সকলো ভাৰতীয ভাষাতে অপ্টিকেল কেৰেক্টাৰ ৰিকগনিশ্য়ন (অ চি আৰ)| অচিআৰে স্কেন কৰা ইমেজ ( স্কেনাৰেৰ স্কেন কৰা ছপা পৃষ্ঠা ) সম্পাদিত কৰিব পৰা লিপিলৈ পৰিৱতিত কৰে| ফলত এনে লিপি অন্য় ক্ষেত্ৰত প্ৰযোগ কৰিব পৰা আৰু প্ৰযোজন অনুসৰি শুধৰাই লব পৰা য়ায ইযাৰ দ্বাৰা সবাতোকৈ লাভৱান হব প্ৰকাশন উদ্য়োগ| উদ্য়োগে এই ছফ্টৱেৰটো ব্য়ৱহাৰ কৰি কোনো লিপিৰ পুনৰ প্ৰকাশ আৰু নতুন সংস্কৰণ প্ৰকাশ কৰিব পাৰে |
- ৰেলৰে তথ্য় , স্বাস্থ্য়সেৱা , কৃষি , প্ৰাকৃতিক দুৰ্য়োগ ব্য়ৱস্থাপনা আৰু অন্য় জনোপয়োগী সেৱাবোৰৰ বাবে স্পীছ ইন্টাৰফেছেছ | এইবোৰে জনসাধাৰণক ভাৰতীয ভাষাত উন্নততৰ প্ৰয়ুক্তিৰ লাভ গ্ৰহণ কৰাত সহায কৰিব | এই প্ৰণালীবোৰত ব্য়ৱহৃত ইন্টাৰফেছে স্পীছ ৰিকগ্নিশ্য়ন ইঞ্জিন প্ৰযোগ কৰি মানুহৰ মাত চিনাক্ত কৰি উলিযাই ইযাকসংগ্ৰহিত তথ্য় লিপিলৈ পৰিৱৰ্তিত কৰে | লিপিৰ পৰা ভাষা পদ্ধতিৰ সহায লৈ তথ্য় পঢ়িব পাৰি | দৃষ্টিহীন লোকেইন্টাৰনেটৰপৰা ইযাৰ সহাযত তথ্য় আহৰণ কৰিব পাৰে |
- ভাৰতীয ভাষাৰ বাবে ব্ৰাউজাৰ , চাৰ্ছ ইঞ্জিন আৰু ই-মেইলৰ দৰে ইন্টাৰনেট একচেছ উপকৰণ | এইবোৰৰ সহাযত বিভিন্ন ভাৰতীয ভাষাত ই-মেইল প্ৰেৰণ কৰিব পৰা য়াব | য়িকোনো এটা ভাৰতীয ভাষাত কিবা প্ৰশ্ন সোধাৰ পাছত চাৰ্ছ ইঞ্জিনেঅন্য় ভাৰতীয ভাষাবোৰত তথ্য় বিচৰাৰ সুবিধা প্ৰদান কৰিব |
- ভাৰতীয ভাষাসমূহ আৰু ইংৰাজীৰ মাজত অন-লাইন অনুবাদ সেৱা | ইযাৰ দ্বাৰা আগ্ৰহী লোকে লেখনি ইংৰাজী অথবায়িকোনো ভাৰতীয ভাষালৈ অনুবাদ কৰিব পাৰিব |
এই সামগ্ৰী/সেৱাবোৰ অনলাইন হেল্পডেস্কৰ সৈতে টিডিআইএল ডাটা ছেন্টাৰৰ মাধ্য়মেৰে কৰিব পাৰা য়ায | গৱেষণা , সামগ্ৰী প্ৰস্তুতকৰণ , প্ৰৱৰ্তন কাৰ্য়ত উত্সাহ য়োগাবলৈ আৰু সমৰ্থন আগবঢ়াবলৈ চৰকাৰে টিডিআইএল- ডিছিৰ ( ভাষা প্ৰয়ুক্তি ৰাজহুৰা সেৰা বিতৰণ ছেনেল) বাবে তলত উল্লেখ কৰা অভিয়ান আৰু সময নিৰ্দিষ্ট কাৰ্য় আঁচনি য়ুগুত কৰিছে-
এই পৰিকল্পনাৰোৰ বাস্তৱত ৰূপাযিত কৰিবলৈ , তলত উল্লিখিত কামবোৰ কৰা হব- - পৰ্য়াক্ৰমে টিডিআইএল ডাটা ছেন্টাৰৰ মাধ্য়মেৰে ভাৰতীয ভাষা প্ৰয়ুক্তি/ উপকৰণ বিতৰণ
- বিকশিত উপকৰণ , প্ৰয়ুক্তি, সামগ্ৰী আৰু সেৱাসমূহৰ সংগ্ৰহ
- সুলভ্য় উপকৰণ আৰু প্ৰয়ুক্তিৰ জৰিযতে ভাষা প্ৰয়ুক্তিৰ ক্ষেত্ৰত চৰকাৰে চলাই থকা প্ৰচেষ্টাবোৰৰ বিষযে সজগতা বৃদ্ধিৰ প্ৰযাসে আৰু প্ৰচাৰ অভিয়ান
- উপকৰণ , জনোপয়োগী সেৰা, সামগ্ৰী ইত্য়াদি বিনামূলীযাকৈ ডাউনলোড কৰিবলৈ ব্য়ৱহাৰকাৰীক সুবিধা কৰি দিযা
- ভাষা প্ৰয়ুক্তিৰ ক্ষেত্ৰত ৰাজহুৰা- ব্য়ক্তিগত অংশীদাৰত্বৰ পৃষ্ঠপোষকতা কৰা
- নিৰ্দিষ্ট অনুপ্ৰযোগ ক্ষেত্ৰবোৰ বাবে অভিয়ানৰ পাতনি মেলা
|