top bar
পৰিচয়
চিডি-ৰ বাবে অনুৰোধ
পঞ্জীযন
ফটো কক্ষ
যোগদান
 
 
 
Linking People Through Indian Language Technology


এশ কোটিতকৈও অধিক ভিন্নভাষী ভাৰতীযৰ মাজৰ ঘনিষ্ঠতা বৃদ্ধি কৰাত ভাষা প্ৰয়ুক্তিযে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে | ভাৰতীয ভাষা কাৰ্য়সূচীৰ প্ৰয়ুক্তি বিকাশৰ অধীনত বিকশিত কৰা উপকৰণবোৰ জনসাধাৰণৰ বাবে সহজলভ্য় কৰিবলৈ ভাৰত চৰকাৰে www.ildc.gov.in আৰু www.ildc.in শীৰ্ষক ৱেবছাইট দুটা তৈযাৰ কৰিছে |
 
প্ৰধান উপকৰণ আৰু সেৱাবোৰ ...
ফন্ট 
কোড পৰিৱৰ্তক
বানান পৰীক্ষক
অ'পেন অফিচ
মেছেঞ্জাৰ
ই-মেইল ক্লাযেন্ট 
অ'সিআৰ
অভিধান
ব্ৰাউজাৰ
লিপ্য়ান্তৰ
কৰ্প'ৰা
শব্দ সংসাধক
 
আৰু বহুতো….
 
 
 
 
 
 
     CD Dispatch has been started. In case you did not recieve your reqested copy send us feedback at info@ildc.in

মন্ত্ৰীৰ শুভেচ্ছা বাণী

নতুন পঞ্জীযন
পাছৱৰ্ড পাহবিলে?
TDIL Data Center
৮০০*৬০০ পিক্সেলত সৰ্বোত্তম দৰ্শন
©তথ্য় প্ৰয়ুক্তি বিভাগ, য়োগায়োগ আৰু তথ্য় প্ৰয়ুক্তি মন্ত্ৰালয়, ভাৰত চৰকাৰ, ছাইট আৰু ডাটা কেন্দ্ৰ তদাৰককাৰী-: ছি-ডেক, ন'যডা